গোপনে ৰাখি যামতোমাৰ কাষত….মোৰ জীৱনৰ অন্তিম ইচ্ছাপত্ৰ;হয়তো তুমি উচুপি উঠিবাক্ষণিকৰ বাবে….নুঠিবও পাৰা !!মোৰ কল্পনাৰ পৃথিৱীততুমিতো উচুপিয়ে থাকামোৰ প্ৰেৰণা হৈ …কিন্তু ভয় …
অসমীয়া সাহিত্য
সোৱণশিৰিৰ নৈপৰীয়াগাভৰু আছিল তাই…..!সোৱণশিৰিৰ বালিত যেতিয়া তাইসোণ বাচিছিল..নাৱৰীয়াবিলাকৰ চকু থৰ হৈছিলতাইৰ..পুৰঠ কলাফুলত…..!!জংকীৰ দেশৰ পানৈ আছিলতাই..তাইৰ টনা চকুযোৰিৰচাৱনিত..প্ৰাণ পাই উঠিছিলসোণাৰু কেশৰআৰুবহুতো বনৰীয়া …
লেখক: চন্দন বৰা, গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া ছবি আজিকালি চিত্ৰগৃহলৈ অহাটোৱে এক ডাঙৰ সমস্যা হৈ পৰিছে। চিত্ৰগৃহ সমূহে ভয় কৰে অসমীয়া ছবিৰ …
সদায় এটা কথাৰে আক্ষেপ কৰা হয় যে বুদ্ধিজীৱি আৰু সমালোচক সকলে লিখি ৰখা বা চিন্তা কৰি থোৱা কথাবোৰ সমাজত উচিতভাৱে প্ৰয়োগ …
সম্পাদকীয় -অনন্ত মোহন শৰ্ম্মা (প্ৰধান সম্পাদক, “আমি অসমীয়া”) সঘনাই শুনা এষাৰ কথা হ’ল –“আজিকালি সকলো ক্ষেত্ৰতে এনে পৰিৱৰ্তন হব ধৰিছে যে-অসমীয়া …
লেখক: অনুপম কলিতা কেতিয়াবা আমি নিজৰ জীৱনটোৰ ওপৰত খং অভিমান কৰো, আশা নিৰাশা,সপোন বাস্তৱ ইত্যাদিৰে পৰিপূৰ্ণ আমাৰ বাৰেবৰণীয়া জীৱনটোত সুখ দূখ …