১) প্ৰশ্ন: “জোনাকৰে ৰাতি, অসমীৰে মাটি”.. এৰাবাটৰ সুৰ কথাছবিৰ এই বিখ্যাত গীতটিৰ গীতি সাহিত্যৰ ক্ষেত্ৰত অদ্বিতীয় বৈশিষ্ট আছে। কি জানেনে? উত্তৰ: …
latest posts
সংগ্ৰহ: সুস্মিতা বৰা টোকা : অসমীয়া লোকসাহিত্য ভঁৰালৰ মানিকী মধুৰী জহাৰ দৰে আমোলমোলাই থকা সুৱাসিত সাহিত্যৰ এটি শাখা নিচুকনি গীত সমূহ …
- অসমীয়া সাহিত্যসাক্ষাত্কাৰ
ভ্ৰাম্যমানৰ পিতামহস্বৰূপ মাননীয় অচ্যুত লহকৰদেৱৰ লগত সাক্ষাত্কাৰ
by adminby adminভ্ৰাম্যমানৰ পিতামহস্বৰূপ মাননীয় অচ্যুত লহকৰদেৱৰ লগত মুখ্য সম্পাদক অনন্ত মোহন শৰ্ম্মা আছুটীয়া সাক্ষাত্কাৰ দিনাংক: ১ অক্টোবৰ, ২০১১ অ.শ: নমস্কাৰ শ্ৰীযুত লহকৰ …
মোৰ ভণ্টী বাংগালোৰত থাকে বাবে মোৰ খুব ঘনাই তালৈ যোৱা হয় । প্ৰতি বাৰেই বহুদিন থকা হয় । ভণ্টি লগত থকা …
মণিকুন্তলা ভট্টাচাৰ্য নৱপ্ৰজন্মৰ এগৰাকী উদীয়মান প্ৰতিভাধৰ লেখিকা ৷ জনপ্ৰিয় কবি গল্পকাৰ, ঔপন্যাসিক ভট্টাচাৰ্যই অসমীয়া সাহিত্যলৈ আগবঢ়াইছে এখন ব্যতিক্ৰমী আত্মজীৱনী ৷ যিখন …
: “বোমা ফুটিছে, বোমা….” : “ক’ত ? ক’ত ফুটিছে.. ??” : “চ’ক বজাৰত…, বাতাৰ মুখত…” : “কিমান মৰিছে ? কিমান…??” : …
মন্দিৰৰ ঘন্টাটো টংকৈ বাজি উঠিল । পুৰোহিতজনে মুৰ দাঙি চালে । এহাল ডেকা-গাভৰু । প্ৰেমিক-প্ৰেমিকা চাগে-পুৰহিতজনে ভাবিলে । যিয়েই নহওক, ইমান …
গোপনে ৰাখি যামতোমাৰ কাষত….মোৰ জীৱনৰ অন্তিম ইচ্ছাপত্ৰ;হয়তো তুমি উচুপি উঠিবাক্ষণিকৰ বাবে….নুঠিবও পাৰা !!মোৰ কল্পনাৰ পৃথিৱীততুমিতো উচুপিয়ে থাকামোৰ প্ৰেৰণা হৈ …কিন্তু ভয় …
সোৱণশিৰিৰ নৈপৰীয়াগাভৰু আছিল তাই…..!সোৱণশিৰিৰ বালিত যেতিয়া তাইসোণ বাচিছিল..নাৱৰীয়াবিলাকৰ চকু থৰ হৈছিলতাইৰ..পুৰঠ কলাফুলত…..!!জংকীৰ দেশৰ পানৈ আছিলতাই..তাইৰ টনা চকুযোৰিৰচাৱনিত..প্ৰাণ পাই উঠিছিলসোণাৰু কেশৰআৰুবহুতো বনৰীয়া …
কিমান পালাগৈ অ’ সন্ধ্যাতৰাআশাৰ ডিঙৰা বাইদুখৰ কঠিয়াডঁৰা পুৰঠ হৈমোৰ বুকুৰ পথাৰত এতিয়া আঘোঁণৰ উছাহসন্ধ্যাতৰা, ৰাতি কিমান গভীৰ হলে বাৰুতোমাৰ সপোনত ভিৰ …